Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (69) Simoore: Simoore rewɓe
وَمَنْ یُّطِعِ اللّٰهَ وَالرَّسُوْلَ فَاُولٰٓىِٕكَ مَعَ الَّذِیْنَ اَنْعَمَ اللّٰهُ عَلَیْهِمْ مِّنَ النَّبِیّٖنَ وَالصِّدِّیْقِیْنَ وَالشُّهَدَآءِ وَالصّٰلِحِیْنَ ۚ— وَحَسُنَ اُولٰٓىِٕكَ رَفِیْقًا ۟ؕ
যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ সেই সকল লোকৰ লগত থাকিব, যিসকলক আল্লাহে জান্নাতত প্ৰৱেশৰ নিয়ামতেৰে পুৰষ্কৃত কৰিছে। যেনে- নবীসকল, সত্যবাদী লোকসকল, যিসকলে ৰাছুলে লৈ অহা চৰীয়তক পৰিপূৰ্ণৰূপে বিশ্বাস কৰিছিল আৰু তাৰ ওপৰত আমল কৰিছিল; আৰু শ্বহীদসকল, যিসকলে আল্লাহৰ পথত মৃত্যুবৰণ কৰিছে; লগতে পূণ্যৱান লোকসকল যিসকলৰ ভিতৰ বাহিৰ সংশোধিত, ফলত তেওঁলোকৰ আমলো বিশুদ্ধ। জান্নাতত কিমান যে উত্তম সঙ্গী এওঁলোক।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• فعل الطاعات من أهم أسباب الثبات على الدين.
সৎকৰ্ম কৰা দ্বীনৰ ওপৰত অবিচল থকাৰ অন্যতম উপায়।

• أخذ الحيطة والحذر باتخاذ جميع الأسباب المعينة على قتال العدو، لا بالقعود والتخاذل.
সাৱধান আৰু সচেতন থকাৰ অৰ্থ হৈছে, শত্ৰুৰ লগত যুদ্ধ কৰাৰ আহিলা প্ৰস্তুত কৰি ৰখা। যুদ্ধৰ পৰা আঁতৰি থকা বা পলায়ন কৰা নহয়।

• الحذر من التباطؤ عن الجهاد وتثبيط الناس عنه؛ لأن الجهاد أعظم أسباب عزة المسلمين ومنع تسلط العدو عليهم.
জিহাদৰ পৰা পিছুৱাই থকা আৰু মানুহক ইয়াৰ পৰা বাধা প্ৰদানৰ প্ৰবৃত্তিৰ পৰা সাৱধান কৰা। কিয়নো জিহাদ মুছলিমৰ সন্মান প্ৰতিষ্ঠা আৰু শত্ৰুৰ শক্তি দমনৰ ডাঙৰ উপায়।

 
Firo maanaaji Aaya: (69) Simoore: Simoore rewɓe
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude