Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (100) Simoore: Simoore maa'ida
قُلْ لَّا یَسْتَوِی الْخَبِیْثُ وَالطَّیِّبُ وَلَوْ اَعْجَبَكَ كَثْرَةُ الْخَبِیْثِ ۚ— فَاتَّقُوا اللّٰهَ یٰۤاُولِی الْاَلْبَابِ لَعَلَّكُمْ تُفْلِحُوْنَ ۟۠
হে ৰাছুল! আপুনি কৈ দিয়ক যে, কোনো পৱিত্ৰ বস্তু আৰু কোনো অপৱিত্ৰ বস্তু সমান হ'ব নোৱাৰে, যদিও অপৱিত্ৰ বস্তুৱে তোমাক আকৰ্ষিত নকৰক কিয়। কিয়নো কোনো বস্তুৰ প্ৰচুৰতাই সেইটোৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ নহয়। এতেকে হে মুমিনসকল! আল্লাহক ভয় কৰা, অপৱিত্ৰ বস্তু ত্যাগ কৰা আৰু পৱিত্ৰ বস্তুক আকোঁৱালি লোৱা, যাতে তোমালোকে জান্নাত লাভ কৰিব পাৰা।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• الأصل في شعائر الله تعالى أنها جاءت لتحقيق مصالح العباد الدنيوية والأخروية، ودفع المضار عنهم.
আল্লাহ তাআলাৰ ধৰ্মীয় প্ৰতীকৰ উদ্দেশ্য হৈছে, বান্দাৰ ধৰ্মীয় তথা পাৰ্থিৱ প্ৰয়োজনীয়তা পূৰণ কৰা লগতে ক্ষতিকৰ বস্তুবোৰ দূৰ কৰা।

• عدم الإعجاب بالكثرة، فإنّ كثرة الشيء ليست دليلًا على حِلِّه أو طِيبه، وإنما الدليل يكمن في الحكم الشرعي.
সংখ্যাগৰিষ্ঠতাক লৈ আনন্দিত হোৱা উচিত নহয়, কিয়নো সংখ্যাগৰিষ্ঠতা কোনো বস্তুৰ ভাল অথবা হালাল হোৱাৰ প্ৰমাণ নহয়। বৰং ইয়াৰ বাবে চৰীয়তৰ দলীলৰ প্ৰয়োজন।

• من أدب المُسْتفتي: تقييد السؤال بحدود معينة، فلا يسوغ السؤال عما لا حاجة للمرء ولا غرض له فيه.
প্ৰশ্ন কৰাৰ এটা নীতি এই যে, প্ৰশ্নৰ নিৰ্দিষ্ট সীমা হোৱা উচিত, এনেকুৱা প্ৰশ্ন কৰা উচিত নহয়, যিটোত কোনো উদ্দেশ্য নাই বা কোনো প্ৰয়োজন নাই।

• ذم مسالك المشركين فيما اخترعوه وزعموه من محرمات الأنعام ك: البَحِيرة، والسائبة، والوصِيلة، والحامي.
মুশ্বৰিকসকলৰ নীতিক ভৰ্ত্সনা কৰিছে, কিয়নো সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কৈছে যে, আল্লাহে বাহীৰা, ছায়েবা, অছীলা তথা হামী আদি জন্তুক হাৰাম কৰিছে।

 
Firo maanaaji Aaya: (100) Simoore: Simoore maa'ida
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude