Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (29) Simoore: Simoore hoodere
فَاَعْرِضْ عَنْ مَّنْ تَوَلّٰی ۙ۬— عَنْ ذِكْرِنَا وَلَمْ یُرِدْ اِلَّا الْحَیٰوةَ الدُّنْیَا ۟ؕ
হে ৰাছুল! আপুনি সেই ব্যক্তিক আওকাণ কৰক, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হৈছে আৰু যিয়ে ইয়াৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে, পাৰ্থিৱ জীৱনৰ বাহিৰে যিয়ে একো নিবিচাৰে, তথা আখিৰাতৰ বাবে কোনো কাম নকৰে, কাৰণ সি ইয়াৰ প্ৰতি বিশ্বাসেই নকৰে।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• انقسام الذنوب إلى كبائر وصغائر.
গুনাহ হৈছে দুই প্ৰকাৰঃ ডাঙৰ আৰু সৰু।

• خطورة التقوُّل على الله بغير علم.
জ্ঞান নোহোৱাকৈ আল্লাহৰ প্ৰতি মিছা আৰোপ কৰাৰ পৰিণাম অতি ভয়াৱহ।

• النهي عن تزكية النفس.
নিজেই নিজৰ প্ৰশংসা কৰা নিন্দনীয়।

 
Firo maanaaji Aaya: (29) Simoore: Simoore hoodere
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude