Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (89) Simoore: Simoore al-waaki'a
فَرَوْحٌ وَّرَیْحَانٌ ۙ۬— وَّجَنَّتُ نَعِیْمٍ ۟
তেন্তে তেওঁৰ বাবে আছে এনেকুৱা শান্তি যাৰ পিছত কোনো ধৰণৰ ক্লান্তি নাথাকিব। আৰু আছে উত্তম জীৱিকা আৰু ৰহমত। সর্বোপৰি জান্নাত, যাৰ মাজত তেওঁ নিজৰ চাহিদানুযায়ী নিয়ামতসমূহ উপভোগ কৰিব পাৰিব।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• شدة سكرات الموت وعجز الإنسان عن دفعها.
মৃত্যুৰ যন্ত্রনা অতি কষ্টদায়ক, ইয়াক প্ৰতিহত কৰিবলৈ মানুহ অপাৰগ।

• الأصل أن البشر لا يرون الملائكة إلا إن أراد الله لحكمة.
প্ৰকৃততে মানুহে ফিৰিস্তাসকলক দেখিব নোৱাৰে। কিন্তু কোনো কাৰণবশতঃ যদি আল্লাহে ইচ্ছা কৰে তেন্তে এয়া সম্ভৱ।

• أسماء الله (الأول، الآخر، الظاهر، الباطن) تقتضي تعظيم الله ومراقبته في الأعمال الظاهرة والباطنة.
আল্লাহৰ এই নামবোৰে (আল-আওৱাল, আল-আখিৰ, আজ্জাহিৰ, আল-বাতিন) আল্লাহৰ যথোচিত সন্মান দাবী কৰে, লগতে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো কৰ্মতে তেওঁক স্মৰণ ৰখাৰ প্ৰমাণ বহন কৰে।

 
Firo maanaaji Aaya: (89) Simoore: Simoore al-waaki'a
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude