Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (161) Simoore: Simoore al-araaf
وَاِذْ قِیْلَ لَهُمُ اسْكُنُوْا هٰذِهِ الْقَرْیَةَ وَكُلُوْا مِنْهَا حَیْثُ شِئْتُمْ وَقُوْلُوْا حِطَّةٌ وَّادْخُلُوا الْبَابَ سُجَّدًا نَّغْفِرْ لَكُمْ خَطِیْٓـٰٔتِكُمْ ؕ— سَنَزِیْدُ الْمُحْسِنِیْنَ ۟
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আল্লাহে বনী ইছৰাঈলক আদেশ কৰিছিল যে, তোমালোকে বাইতুল মাকদিছত প্ৰৱেশ কৰা, সেই গাওঁত গৈ যেতিয়া ইচ্ছা আৰু যত ইচ্ছা তাৰ পৰাই তোমালোকে ফলমূল আদি ভক্ষণ কৰা। লগতে পাঠ কৰিবা যে, হে আমাৰ প্ৰতিপালক! আমাৰ গুনাহসমূহ মাৰ্জনা কৰা, আৰু প্ৰৱেশ কৰাৰ সময়ত আল্লাহৰ প্ৰতি নতহৈ বিনীতভাৱে প্ৰৱেশ কৰিবা। যদি তোমালোকে এনেকুৱা কৰা তেন্তে আমি তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিম, লগতে সৎকৰ্মকাৰী সকলক ইহকাল আৰু পৰকালত আৰু অধিক কল্যাণ দান কৰিম।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• الجحود والكفران سبب في الحرمان من النعم.
অহংকাৰ তথা অকৃতজ্ঞতা হৈছে অনুগ্ৰহৰ পৰা বঞ্চিতৰ কাৰণ।

• من أسباب حلول العقاب ونزول العذاب التحايل على الشرع؛ لأنه ظلم وتجاوز لحدود الله.
শাস্তি অহাৰ কাৰণসমূহৰ অন্যতম এটা কাৰণ হৈছে চৰীয়তি বিধানত বাহানা কৰা। কিয়নো এয়া হৈছে অন্যায় আৰু আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰ উলংঘন।

 
Firo maanaaji Aaya: (161) Simoore: Simoore al-araaf
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude