Check out the new design

Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. * - Lexique des traductions


Traduction des sens Verset: (127) Sourate: Tâ Hâ
وَكَذٰلِكَ نَجْزِیْ مَنْ اَسْرَفَ وَلَمْ یُؤْمِنْ بِاٰیٰتِ رَبِّهٖ ؕ— وَلَعَذَابُ الْاٰخِرَةِ اَشَدُّ وَاَبْقٰی ۟
এনেকুৱা শাস্তি আমি সেই ব্যক্তিকো প্ৰদান কৰিম যিয়ে হাৰাম ইচ্ছাবোৰৰ মাজত নিমজ্জিত থাকে আৰু নিজ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণবোৰৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হয়। (জানি থোৱা উচিত) আখিৰাতৰ শাস্তি পৃথিৱী আৰু বৰঝখৰ সংকীৰ্ণ জীৱনতকৈও অধিক কঠিন তথা চিৰস্থায়ী।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• من الأسباب المعينة على تحمل إيذاء المعرضين استثمار الأوقات الفاضلة في التسبيح بحمد الله.
বিমুখ হোৱা লোকসকলৰ ফালৰ পৰা কৰা নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰাৰ এটা সহায়ক উপায় হৈছে, উৎকৃষ্ট সময়ক আল্লাহৰ প্ৰশংসাৰ সৈতে তেওঁৰ পৱিত্ৰতাৰ গুণগান কৰাত ব্যয় কৰা।

• ينبغي على العبد إذا رأى من نفسه طموحًا إلى زينة الدنيا وإقبالًا عليها أن يوازن بين زينتها الزائلة ونعيم الآخرة الدائم.
বান্দাৰ মনত যেতিয়া পাৰ্থিৱ জীৱনৰ চাহিদাৰ প্ৰতি আগ্ৰহ জন্মে, তথা ইয়াৰ সৌন্দৰ্যৰ প্ৰতি ধাৱমান হয়, তেতিয়া তেওঁ পাৰ্থিৱ জীৱনৰ ধ্বংসশীল শোভাক আখিৰাতৰ চিৰস্থায়ী নিয়ামতৰ লগত তুলনা কৰা উচিত।

• على العبد أن يقيم الصلاة حق الإقامة، وإذا حَزَبَهُ أمْر صلى وأَمَر أهله بالصلاة، وصبر عليهم تأسيًا بالرسول صلى الله عليه وسلم.
বান্দাই যথাযথভাৱে চালাত প্ৰতিষ্ঠা কৰা উচিত, কোনো বিপদ-আপদৰ সন্মুখীন হ'লেও চালাত আদায় কৰা উচিত তথা নিজ পৰিয়ালক চালাতৰ আদেশ দিয়া উচিত, আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰি ধৈৰ্য্য সহকাৰে আগুৱাই যোৱা উচিত।

• العاقبة الجميلة المحمودة هي الجنة لأهل التقوى.
সুন্দৰ তথা প্ৰশংসনীয় পৰিণাম হৈছে জান্নাত, যিটো মুত্ত্বাক্বীসকলৰ বাবে নিৰ্দিষ্ট।

 
Traduction des sens Verset: (127) Sourate: Tâ Hâ
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. - Lexique des traductions

Émanant du Centre d'Exégèse pour les Études Coraniques.

Fermeture