કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
5 : 25

وَقَالُوْۤا اَسَاطِیْرُ الْاَوَّلِیْنَ اكْتَتَبَهَا فَهِیَ تُمْلٰی عَلَیْهِ بُكْرَةً وَّاَصِیْلًا ۟

কোৰআনক অস্বীকাৰকাৰী লোকসকলে আৰু কয়ঃ কোৰআন হৈছে পূৰ্বৱৰ্তী লোকসকলৰ কাহিনীমূলক পুথি, আৰু তাত লিখা সকলো তথ্যই ভিত্তিহীন। মুহাম্মদে সেইবোৰ কাৰোবাৰ পৰা লিখোৱাই লৈছে, সেইবোৰকে তেওঁৰ ওচৰত পুৱা-গধূলি পাঠ কৰা হয়। info
التفاسير:
આયતોના ફાયદાઓ માંથી:
• اتصاف الإله الحق بالخلق والنفع والإماتة والإحياء، وعجز الأصنام عن كل ذلك.
প্ৰকৃত উপাস্যই হৈছে সৃষ্টিকৰ্তা, উপকাৰকাৰী, মৃত্যু প্ৰদানকাৰী, জীৱনদাতা। আনহাতে প্ৰতিমা মূৰ্তি আদি এইবোৰ কৰ্মৰ পৰা বিৱশ। info

• إثبات صفتي المغفرة والرحمة لله.
ক্ষমাশীল আৰু কৃপাৱান, এই দুটাও আল্লাহৰ অন্যতম গুণ। info

• الرسالة لا تستلزم انتفاء البشرية عن الرسول.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যে মানৱ, এইটো তেওঁৰ ৰাছুল হোৱাত কোনো ধৰণৰ বাধা নহয়। (অৰ্থাৎ মানৱ ৰাছুল হ'ব নোৱাৰে বুলি কোনো যুক্তি নাই)। info

• تواضع النبي صلى الله عليه وسلم حيث يعيش كما يعيش الناس.
এইটো মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৰলতা যে, তেওঁ সাধাৰণ মানুহৰ দৰেই জীৱন-যাপন কৰিছিল। info