Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (5) 章: 福勒嘎里
وَقَالُوْۤا اَسَاطِیْرُ الْاَوَّلِیْنَ اكْتَتَبَهَا فَهِیَ تُمْلٰی عَلَیْهِ بُكْرَةً وَّاَصِیْلًا ۟
কোৰআনক অস্বীকাৰকাৰী লোকসকলে আৰু কয়ঃ কোৰআন হৈছে পূৰ্বৱৰ্তী লোকসকলৰ কাহিনীমূলক পুথি, আৰু তাত লিখা সকলো তথ্যই ভিত্তিহীন। মুহাম্মদে সেইবোৰ কাৰোবাৰ পৰা লিখোৱাই লৈছে, সেইবোৰকে তেওঁৰ ওচৰত পুৱা-গধূলি পাঠ কৰা হয়।
阿拉伯语经注:
这业中每段经文的优越:
• اتصاف الإله الحق بالخلق والنفع والإماتة والإحياء، وعجز الأصنام عن كل ذلك.
প্ৰকৃত উপাস্যই হৈছে সৃষ্টিকৰ্তা, উপকাৰকাৰী, মৃত্যু প্ৰদানকাৰী, জীৱনদাতা। আনহাতে প্ৰতিমা মূৰ্তি আদি এইবোৰ কৰ্মৰ পৰা বিৱশ।

• إثبات صفتي المغفرة والرحمة لله.
ক্ষমাশীল আৰু কৃপাৱান, এই দুটাও আল্লাহৰ অন্যতম গুণ।

• الرسالة لا تستلزم انتفاء البشرية عن الرسول.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যে মানৱ, এইটো তেওঁৰ ৰাছুল হোৱাত কোনো ধৰণৰ বাধা নহয়। (অৰ্থাৎ মানৱ ৰাছুল হ'ব নোৱাৰে বুলি কোনো যুক্তি নাই)।

• تواضع النبي صلى الله عليه وسلم حيث يعيش كما يعيش الناس.
এইটো মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৰলতা যে, তেওঁ সাধাৰণ মানুহৰ দৰেই জীৱন-যাপন কৰিছিল।

 
含义的翻译 段: (5) 章: 福勒嘎里
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭