કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (19) સૂરહ: અશ્ શુઅરાઅ
وَفَعَلْتَ فَعْلَتَكَ الَّتِیْ فَعَلْتَ وَاَنْتَ مِنَ الْكٰفِرِیْنَ ۟
লগতে তুমি তোমাৰ সম্প্ৰদায়ৰ এজনক সহায় কৰিবলৈ গৈ এজন কিবতীক হত্যা কৰি মহা অপৰাধ কৰিছিলা। গতিকে তুমি আমাৰ অনুগ্ৰহৰ এজন অকৃতজ্ঞ ব্যক্তি।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• حرص الرسول صلى الله عليه وسلم على هداية الناس.
মানৱজাতিৰ হিদায়তৰ প্ৰতি ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগ্ৰহ।

• إثبات صفة العزة والرحمة لله.
প্ৰভুত্ব আৰু দয়া, এই দুটা গুণ আল্লাহৰ বাবে প্ৰমাণিত হ'ল।

• أهمية سعة الصدر والفصاحة للداعية.
আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ অন্তৰ প্ৰশস্ত হোৱা উচিত তথা ভাষাজ্ঞান থকা আৱশ্যক।

• دعوات الأنبياء تحرير من العبودية لغير الله.
নবীসকলৰ দাৱাতৰ উদ্দেশ্য আছিল মানুহক আল্লাহৰ বাহিৰে আনৰ ইবাদতৰ পৰা উলিয়াই আনা।

• احتج فرعون على رسالة موسى بوقوع القتل منه عليه السلام فأقر موسى بالفعلة، مما يشعر بأنها ليست حجة لفرعون بالتكذيب.
ফিৰআউনে মুছা আলাইহিচ্ছালামৰ ৰিছালতৰ বিৰুদ্ধে এটা যুক্তি দাঙি ধৰিলে যে, তেওঁ এজন ব্যক্তিক হত্যা কৰিছিল, সেই কথাটো মুছা আলাইহিচ্ছালামেও স্বীকাৰ কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ বুজাব বিচাৰিছিল যে, ৰিছালত অস্বীকাৰ কৰিবলৈ এনেকুৱা যুক্তিৰ কোনো স্থান নাই।

 
શબ્દોનું ભાષાંતર આયત: (19) સૂરહ: અશ્ શુઅરાઅ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો