وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئەسامیە بۆ پوختەى تەفسیری قورئانی پیرۆز. * - پێڕستی وه‌رگێڕاوه‌كان


وه‌رگێڕانی ماناكان ئایه‌تی: (19) سوره‌تی: سورەتی الشعراء
وَفَعَلْتَ فَعْلَتَكَ الَّتِیْ فَعَلْتَ وَاَنْتَ مِنَ الْكٰفِرِیْنَ ۟
লগতে তুমি তোমাৰ সম্প্ৰদায়ৰ এজনক সহায় কৰিবলৈ গৈ এজন কিবতীক হত্যা কৰি মহা অপৰাধ কৰিছিলা। গতিকে তুমি আমাৰ অনুগ্ৰহৰ এজন অকৃতজ্ঞ ব্যক্তি।
تەفسیرە عەرەبیەکان:
سوودەکانی ئایەتەکان لەم پەڕەیەدا:
• حرص الرسول صلى الله عليه وسلم على هداية الناس.
মানৱজাতিৰ হিদায়তৰ প্ৰতি ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগ্ৰহ।

• إثبات صفة العزة والرحمة لله.
প্ৰভুত্ব আৰু দয়া, এই দুটা গুণ আল্লাহৰ বাবে প্ৰমাণিত হ'ল।

• أهمية سعة الصدر والفصاحة للداعية.
আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ অন্তৰ প্ৰশস্ত হোৱা উচিত তথা ভাষাজ্ঞান থকা আৱশ্যক।

• دعوات الأنبياء تحرير من العبودية لغير الله.
নবীসকলৰ দাৱাতৰ উদ্দেশ্য আছিল মানুহক আল্লাহৰ বাহিৰে আনৰ ইবাদতৰ পৰা উলিয়াই আনা।

• احتج فرعون على رسالة موسى بوقوع القتل منه عليه السلام فأقر موسى بالفعلة، مما يشعر بأنها ليست حجة لفرعون بالتكذيب.
ফিৰআউনে মুছা আলাইহিচ্ছালামৰ ৰিছালতৰ বিৰুদ্ধে এটা যুক্তি দাঙি ধৰিলে যে, তেওঁ এজন ব্যক্তিক হত্যা কৰিছিল, সেই কথাটো মুছা আলাইহিচ্ছালামেও স্বীকাৰ কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ বুজাব বিচাৰিছিল যে, ৰিছালত অস্বীকাৰ কৰিবলৈ এনেকুৱা যুক্তিৰ কোনো স্থান নাই।

 
وه‌رگێڕانی ماناكان ئایه‌تی: (19) سوره‌تی: سورەتی الشعراء
پێڕستی سوره‌ته‌كان ژمارەی پەڕە
 
وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئەسامیە بۆ پوختەى تەفسیری قورئانی پیرۆز. - پێڕستی وه‌رگێڕاوه‌كان

وەرگێڕاوی ئەسامیە بۆ پوختەى تەفسیری قورئانی پیرۆز، لە لایەن: ناوەندی تەفسیر بۆ خوێندنەوە قورئانیەکان.

داخستن