કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (35) સૂરહ: અશ્ શુઅરાઅ
یُّرِیْدُ اَنْ یُّخْرِجَكُمْ مِّنْ اَرْضِكُمْ بِسِحْرِهٖ ۖۗ— فَمَاذَا تَاْمُرُوْنَ ۟
দৰাচলতে এওঁ যাদুৰ জৰিয়তে তোমালোকক তোমালোকৰ জন্মভূমিৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে। গতিকে এই বিষয়ে তোমালোকৰ মন্তব্য কি? এই বিষয়ে কি সিদ্ধান্ত লোৱা উচিত?
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• أخطاء الداعية السابقة والنعم التي عليه لا تعني عدم دعوته لمن أخطأ بحقه أو أنعم عليه.
আহ্বায়ক ব্যক্তিৰ পূৰ্বৱৰ্তী ভুল-ত্ৰুটি আৰু তেওঁৰ প্ৰতি কৰা উপকাৰ, কেতিয়াও প্ৰাচীৰ হ'ব নোৱাৰে যে, তেওঁ যাৰ ক্ষতি কৰিছে অথবা যিয়ে তেওঁক উপকাৰ কৰিছে সিহঁতক আহ্বান কৰিব নোৱাৰিব।

• اتخاذ الأسباب للحماية من العدو لا ينافي الإيمان والتوكل على الله.
শত্ৰুৰ পৰা ৰক্ষা পাবলৈ উপায় অৱলম্বন কৰাটো ঈমান তথা আল্লাহৰ প্ৰতি ভৰসাৰ পৰিপন্থী নহয়।

• دلالة مخلوقات الله على ربوبيته ووحدانيته.
আল্লাহৰ সৃষ্টিসমূহৰ মাজতেই তেওঁৰ প্ৰভুত্ব আৰু একত্বৰ প্ৰমাণ নিহিত হৈ আছে।

• ضعف الحجة سبب من أسباب ممارسة العنف.
যুক্তিত দৰ্বল হ’লে মানুহে হিংসাত্মক কাৰ্য্য কৰাতো কুণ্ঠাবোধ নকৰে।

• إثارة العامة ضد أهل الدين أسلوب الطغاة.
জনতাক ধাৰ্মিক লোকসকলৰ বিৰুদ্ধে উচটনি দিয়াটো অত্যাচাৰী শাসকসকলৰ নীতি।

 
શબ્દોનું ભાષાંતર આયત: (35) સૂરહ: અશ્ શુઅરાઅ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો