Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (7) સૂરહ: ફાતિર
اَلَّذِیْنَ كَفَرُوْا لَهُمْ عَذَابٌ شَدِیْدٌ ؕ۬— وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ كَبِیْرٌ ۟۠
যিসকল লোকে আল্লাহৰ লগত কুফৰী কৰি চয়তানৰ অনুসৰণ কৰিছে, সিহঁতৰ বাবে আছে কঠিন শাস্তি। আনহাতে যিসকলে সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে তেওঁলোকৰ গুনাহৰ মাগফিৰাত আৰু মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• تسلية الرسول صلى الله عليه وسلم بذكر أخبار الرسل مع أقوامهم.
আন আন ৰাছুলসকলৰ লগত তেওঁলোকৰ সম্প্ৰদায়ে কেনেকুৱা আচৰণ কৰিছিল, সেই সংবাদবোৰ উল্লেখ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সান্ত্বনা দিয়া হৈছে।

• الاغترار بالدنيا سبب الإعراض عن الحق.
সত্যৰ পৰা আঁতৰি থকাৰ অন্যতম এটা কাৰণ হৈছে পাৰ্থিৱ জীৱনৰ মোহ।

• اتخاذ الشيطان عدوًّا باتخاذ الأسباب المعينة على التحرز منه؛ من ذكر الله، وتلاوة القرآن، وفعل الطاعة، وترك المعاصي.
চয়তানক শত্ৰু হিচাপে গ্ৰহণ কৰিবলৈ সেইবোৰ কাম কৰাও অতি গুৰুত্বপূৰ্ণ, যিবোৰ কৰিলে সহজে তাৰ পৰা ৰক্ষা পাব পাৰি। যেনে- আল্লাহৰ জিকৰ, কোৰআন তিলাৱত, অন্যান্য সৎকৰ্ম আৰু গুনাহৰ পৰা বিৰত থকা ইত্যাদি।

• ثبوت صفة العلو لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘সুউচ্চ’ ইয়াৰ প্ৰমাণ পোৱা গ’ল।

 
શબ્દોનું ભાષાંતર આયત: (7) સૂરહ: ફાતિર
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની અનુક્રમણિકા

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો