કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (1) સૂરહ: અલ્ ઇન્શિકાક

ছুৰা আল-ইনশ্বিক্বাক্ব

સૂરતના હેતુઓ માંથી:
تذكير الإنسان برجوعه لربه، وبيان ضعفه، وتقلّب الأحوال به.
নিজ প্ৰতিপালকৰ প্ৰতি উভতি আহিবলৈ মানুহক সতৰ্কবাৰ্তা দিয়া হৈছে, লগতে সিহঁতৰ দুৰ্বলতাৰ বিষয়ে আৰু অৱস্থাৰ পৰিবৰ্তনৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

اِذَا السَّمَآءُ انْشَقَّتْ ۟ۙ
যেতিয়া আকাশখন ফাঁটি যাব, যাতে তাৰ পৰা ফিৰিস্তাসকল নামি আহে।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• خضوع السماء والأرض لربهما.
আকাশ আৰু পৃথিৱী আল্লাহৰ আদেশৰ অনুগত।

• كل إنسان ساعٍ إما لخير وإما لشرّ.
প্ৰত্যেক ব্যক্তিয়ে চেষ্টাৰত, তাৰ চেষ্টা ভালৰ বাবেই হওঁক বা বেয়াৰ বাবে।

• علامة السعادة يوم القيامة أخذ الكتاب باليمين، وعلامة الشقاء أخذه بالشمال.
ক্বিয়ামতৰ দিনা সৌভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে আমল নামা তাৰ সোঁ হাতত দিয়া হব আৰু দূৰ্ভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে, আমল নামা তাৰ বাওঁ হাতত দিয়া হব।

 
શબ્દોનું ભાષાંતર આયત: (1) સૂરહ: અલ્ ઇન્શિકાક
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો