Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (85) Sura: Suratu Yusuf
قَالُوْا تَاللّٰهِ تَفْتَؤُا تَذْكُرُ یُوْسُفَ حَتّٰی تَكُوْنَ حَرَضًا اَوْ تَكُوْنَ مِنَ الْهٰلِكِیْنَ ۟
ইউছুফৰ ভাতৃসকলে পিতৃক ক'লেঃ হে আমাৰ পিতা! ইউছুফক স্মৰণ কৰি এনেকৈ দুখ প্ৰকাশ কৰিলে আপুনি কঠিন ৰোগাক্ৰান্ত হৈ পৰিব, অথবা আপোনাৰ প্ৰাণ হানি হ'ব।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• لا يجوز أخذ بريء بجريرة غيره، فلا يؤخذ مكان المجرم شخص آخر.
কোনো নিৰপৰাধী ব্যক্তিক বেলেগৰ দোষত কৰায়ত্ব কৰা বৈধ নহয়। গতিকে অপৰাধী ব্যক্তিৰ পৰিবৰ্তে বেলেগ কাৰোবাক আটক কৰা ঠিক নহয়।

• الصبر الجميل هو ما كانت فيه الشكوى لله تعالى وحده.
উত্তম ধৈৰ্য হৈছে সেইটো, য’ত আল্লাহৰ বাহিৰে আনৰ ওচৰত অভিযোগ দাঙি ধৰা নহয়।

• على المؤمن أن يكون على تمام يقين بأن الله تعالى يفرج كربه.
মুমিন ব্যক্তিয়ে পূৰ্ণ বিশ্বাস পোষণ কৰা উচিত যে, আল্লাহে তাৰ বিপদ নিশ্চয় দূৰ কৰিব।

 
Fassarar Ma'anoni Aya: (85) Sura: Suratu Yusuf
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa