《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (85) 章: 优素福
قَالُوْا تَاللّٰهِ تَفْتَؤُا تَذْكُرُ یُوْسُفَ حَتّٰی تَكُوْنَ حَرَضًا اَوْ تَكُوْنَ مِنَ الْهٰلِكِیْنَ ۟
ইউছুফৰ ভাতৃসকলে পিতৃক ক'লেঃ হে আমাৰ পিতা! ইউছুফক স্মৰণ কৰি এনেকৈ দুখ প্ৰকাশ কৰিলে আপুনি কঠিন ৰোগাক্ৰান্ত হৈ পৰিব, অথবা আপোনাৰ প্ৰাণ হানি হ'ব।
阿拉伯语经注:
这业中每段经文的优越:
• لا يجوز أخذ بريء بجريرة غيره، فلا يؤخذ مكان المجرم شخص آخر.
কোনো নিৰপৰাধী ব্যক্তিক বেলেগৰ দোষত কৰায়ত্ব কৰা বৈধ নহয়। গতিকে অপৰাধী ব্যক্তিৰ পৰিবৰ্তে বেলেগ কাৰোবাক আটক কৰা ঠিক নহয়।

• الصبر الجميل هو ما كانت فيه الشكوى لله تعالى وحده.
উত্তম ধৈৰ্য হৈছে সেইটো, য’ত আল্লাহৰ বাহিৰে আনৰ ওচৰত অভিযোগ দাঙি ধৰা নহয়।

• على المؤمن أن يكون على تمام يقين بأن الله تعالى يفرج كربه.
মুমিন ব্যক্তিয়ে পূৰ্ণ বিশ্বাস পোষণ কৰা উচিত যে, আল্লাহে তাৰ বিপদ নিশ্চয় দূৰ কৰিব।

 
含义的翻译 段: (85) 章: 优素福
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭