Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
85 : 12

قَالُوْا تَاللّٰهِ تَفْتَؤُا تَذْكُرُ یُوْسُفَ حَتّٰی تَكُوْنَ حَرَضًا اَوْ تَكُوْنَ مِنَ الْهٰلِكِیْنَ ۟

ইউছুফৰ ভাতৃসকলে পিতৃক ক'লেঃ হে আমাৰ পিতা! ইউছুফক স্মৰণ কৰি এনেকৈ দুখ প্ৰকাশ কৰিলে আপুনি কঠিন ৰোগাক্ৰান্ত হৈ পৰিব, অথবা আপোনাৰ প্ৰাণ হানি হ'ব। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• لا يجوز أخذ بريء بجريرة غيره، فلا يؤخذ مكان المجرم شخص آخر.
কোনো নিৰপৰাধী ব্যক্তিক বেলেগৰ দোষত কৰায়ত্ব কৰা বৈধ নহয়। গতিকে অপৰাধী ব্যক্তিৰ পৰিবৰ্তে বেলেগ কাৰোবাক আটক কৰা ঠিক নহয়। info

• الصبر الجميل هو ما كانت فيه الشكوى لله تعالى وحده.
উত্তম ধৈৰ্য হৈছে সেইটো, য’ত আল্লাহৰ বাহিৰে আনৰ ওচৰত অভিযোগ দাঙি ধৰা নহয়। info

• على المؤمن أن يكون على تمام يقين بأن الله تعالى يفرج كربه.
মুমিন ব্যক্তিয়ে পূৰ্ণ বিশ্বাস পোষণ কৰা উচিত যে, আল্লাহে তাৰ বিপদ নিশ্চয় দূৰ কৰিব। info