क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (15) सूरा: सूरा अल्-ब-क़-रा
اَللّٰهُ یَسْتَهْزِئُ بِهِمْ وَیَمُدُّهُمْ فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟
সিহঁতে মুমিনসকলৰ লগত উপহাস কৰাৰ কাৰণে স্বয়ং আল্লাহে সিহঁতৰ লগত উপহাস কৰে। কিয়নো আমলৰ প্ৰতিদান সেই শ্ৰেণীৰ আমলৰ দ্বাৰাই দিয়া হয়। এই কাৰণেই পৃথিৱীত সিহঁতৰ ওপৰত মুমিনসকলৰ বিধান জাৰি কৰিছে কিন্তু আখিৰাতত সিহঁতক কুফৰ আৰু নিফাকৰ প্ৰতিদান দিয়া হ'ব। এইদৰে আল্লাহে সিহঁতক পথভ্ৰষ্টতা আৰু অবাধ্যতাৰ মাজত পৰি থাকিবলৈ অৱকাশ দিয়ে। ফলত সিহঁত হয়ৰান-পৰেচান হৈ দোদুল্যমান অৱস্থাত থাকে।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• أن من طبع الله على قلوبهم بسبب عنادهم وتكذيبهم لا تنفع معهم الآيات وإن عظمت.
যিসকলৰ অন্তৰত অবাধ্যতা আৰু অস্বীকাৰ কৰাৰ ফলত মোহৰ মাৰি দিয়া হৈছে. সিহঁতৰ বাবে ডাঙৰতকৈ ডাঙৰ নিদৰ্শনো কোনো উপকাৰত নাহে।

• أن إمهال الله تعالى للظالمين المكذبين لم يكن عن غفلة أو عجز عنهم، بل ليزدادوا إثمًا، فتكون عقوبتهم أعظم.
আল্লাহৰ তৰফৰ পৰা অন্যায়কাৰী মিছলীয়াসকলৰ প্ৰতি যিটো শিথিলতা সেয়া অৱহেলা বা অপাৰগৰ বাবে নহয় বৰং এই কাৰণে যে, যাতে সিহঁতৰ গুনাহ আৰু বৃদ্ধি হয় ফলত সিহঁতে অধিক শাস্তিৰ সন্মুখীন হব।

 
अर्थों का अनुवाद आयत: (15) सूरा: सूरा अल्-ब-क़-रा
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - अनुवादों की सूची

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

बंद करें