क़ुरआन के अर्थों का अनुवाद - असमिया अनुवाद * - अनुवादों की सूची

PDF XML CSV Excel API
Please review the Terms and Policies

अर्थों का अनुवाद आयत: (40) सूरा: सूरा अन्-नम्ल
قَالَ الَّذِیْ عِنْدَهٗ عِلْمٌ مِّنَ الْكِتٰبِ اَنَا اٰتِیْكَ بِهٖ قَبْلَ اَنْ یَّرْتَدَّ اِلَیْكَ طَرْفُكَ ؕ— فَلَمَّا رَاٰهُ مُسْتَقِرًّا عِنْدَهٗ قَالَ هٰذَا مِنْ فَضْلِ رَبِّیْ ۫— لِیَبْلُوَنِیْۤ ءَاَشْكُرُ اَمْ اَكْفُرُ ؕ— وَمَنْ شَكَرَ فَاِنَّمَا یَشْكُرُ لِنَفْسِهٖ ۚ— وَمَنْ كَفَرَ فَاِنَّ رَبِّیْ غَنِیٌّ كَرِیْمٌ ۟
যাৰ ওচৰত গ্ৰন্থৰ জ্ঞান আছিল তেওঁ ক’লে, ‘মই চকুৰ পলকতে সেইখন আপোনাৰ ওচৰলৈ আনি দিব পাৰিম’। এতেকে ছুলাইমানে যেতিয়া সেইখন তেওঁৰ সন্মুখত স্থিৰ অৱস্থাত দেখি পালে তেতিয়া তেওঁ ক’লে, ‘এয়া হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ, যাতে তেওঁ মোক পৰীক্ষা কৰে যে, মই তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰোঁ নে অকৃতজ্ঞতা প্ৰকাশ কৰোঁ। এতেকে যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু যিয়ে অকৃতজ্ঞ হয়, সি জানি থোৱা উচিত যে, নিশ্চয় মোৰ প্ৰতিপালক অভাৱমুক্ত, মহানুভৱ’।
अरबी तफ़सीरें:
 
अर्थों का अनुवाद आयत: (40) सूरा: सूरा अन्-नम्ल
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - असमिया अनुवाद - अनुवादों की सूची

पवित्र क़ुरआन के अर्थों का असमिया अनुवाद। अनुवाद शैख़ रफ़ीक़ुल इस्लाम हबीबुर रहमान ने 1438 हिजरी में किया है।

बंद करें