Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (93) 章: マルヤム章
اِنْ كُلُّ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ اِلَّاۤ اٰتِی الرَّحْمٰنِ عَبْدًا ۟ؕ
আকাশমণ্ডল আৰু পৃথিৱীত থকা ফিৰিস্তা তথা মানৱ আৰু জ্বিন সকলোৱে কিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ সন্মুখত বিনীতভাৱে শিৰনত হৈ উপস্থিত হ'ব।
アラビア語 クルアーン注釈:
本諸節の功徳:
• تدل الآيات على سخف الكافر وسَذَاجة تفكيره، وتَمَنِّيه الأماني المعسولة، وهو سيجد نقيضها تمامًا في عالم الآخرة.
এই আয়াতসমূহে কাফিৰসকলৰ মুৰ্খতা, নিকৃষ্ট মানসিকতা আৰু সিহঁতৰ আকৰ্ষণীয় আশাত নিমজ্জিত থকাৰ বৰ্ণনা কৰে। অথচ আখিৰাতত সিহঁতে সম্পূৰ্ণ বিপৰীত অৱস্থাৰ সন্মুখীন হ'ব।

• سلَّط الله الشياطين على الكافرين بالإغواء والإغراء بالشر، والإخراج من الطاعة إلى المعصية.
আল্লাহে কাফিৰসকলক পথভ্ৰষ্ট কৰিবলৈ চয়তানক শক্তি প্ৰদান কৰিছে, যাতে সি সিহঁতক বেয়া কৰ্মত প্ৰৰোচনা দিয়ে, তথা সিহঁতক আনুগত্যৰ পৰা উলিয়াই গুনাহৰ ফালে লৈ যায়।

• أهل الفضل والعلم والصلاح يشفعون بإذن الله يوم القيامة.
মৰ্যাদাৱান, জ্ঞানী আৰু সদাচাৰীসকলে কিয়ামতৰ দিনা আল্লাহৰ অনুমতিত মধ্যস্ততা কৰাৰ সুবিধা লাভ কৰিব।

 
対訳 節: (93) 章: マルヤム章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる