Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (49) 章: 預言者たち章
الَّذِیْنَ یَخْشَوْنَ رَبَّهُمْ بِالْغَیْبِ وَهُمْ مِّنَ السَّاعَةِ مُشْفِقُوْنَ ۟
যিসকলে নিজ প্ৰতিপালকৰ সেই শাস্তিক ভয় কৰে, যিটোক তেওঁলোকে স্বচক্ষে দেখা পোৱা নাই কিন্তু বিশ্বাস কৰে। লগতে তেওঁলোকে কিয়ামতক ভয় কৰে।
アラビア語 クルアーン注釈:
本諸節の功徳:
• نَفْع الإقرار بالذنب مشروط بمصاحبة التوبة قبل فوات أوانها.
গুনাহ স্বীকাৰ কৰাৰ উপকাৰ সেই সময়তে লাভদায়ক হয়, যেতিয়া সময় থাকোঁতে তাওবা কৰা হয়।

• إثبات العدل لله، ونفي الظلم عنه.
আল্লাহৰ ক্ষেত্ৰত ন্যায় হৈছে সদায় ইতিবাচক, আৰু অন্যায়-অত্যাচাৰ হৈছে নেতিবাচক।

• أهمية قوة الحجة في الدعوة إلى الله.
আল্লাহৰ প্ৰতি দাৱাতৰ ক্ষেত্ৰত, শক্তিশালী প্ৰমাণৰ গুৰুত্ব।

• ضرر التقليد الأعمى.
অন্ধানুসৰণৰ ক্ষতিৰ বৰ্ণনা।

• التدرج في تغيير المنكر، والبدء بالأسهل فالأسهل، فقد بدأ إبراهيم بتغيير منكر قومه بالقول والصدع بالحجة، ثم انتقل إلى التغيير بالفعل.
কুসংস্কাৰ দূৰ কৰিবলৈ লাহে ধীৰে কাম কৰা উচিত, প্ৰত্যেক পৰ্যায়ত সহজৰ পৰা আৰম্ভ কৰা উচিত। কিয়নো ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ মাজত থকা কুসংস্কাৰ দূৰ কৰিবলৈ প্ৰথমে বুজাইছিল, প্ৰমাণৰ দ্বাৰা সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰিছিল, তাৰ পিছতহে শক্তিৰ দ্বাৰা প্ৰতিৰোধ কৰাৰ পদক্ষেপ হাতত লৈছিল।

 
対訳 節: (49) 章: 預言者たち章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる