Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (50) 章: 識別章
وَلَقَدْ صَرَّفْنٰهُ بَیْنَهُمْ لِیَذَّكَّرُوْا ۖؗ— فَاَبٰۤی اَكْثَرُ النَّاسِ اِلَّا كُفُوْرًا ۟
নিশ্চয় আমি কোৰআনত বিভিন্ন প্ৰকাৰৰ যুক্তি আৰু প্ৰমাণ সবিস্তাৰে বৰ্ণনা কৰিছোঁ, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে। কিন্তু অধিকাংশ লোকেই সত্যক অস্বীকাৰ কৰাৰ আৰু তাৰ পৰা বিমুখ হোৱাৰ নীতি অৱলম্বন কৰিছে।
アラビア語 クルアーン注釈:
本諸節の功徳:
• انحطاط الكافر إلى مستوى دون مستوى الحيوان بسبب كفره بالله.
কাফিৰসকলে আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে চতুষ্পদ জন্তুতকৈও নিকৃষ্ট হৈ পৰে, বৰং তাতকৈও অধম হৈ পৰে।

• ظاهرة الظل آية من آيات الله الدالة على قدرته.
ছাঁ হৈছে আল্লাহৰ নিদৰ্শনসমূহৰ মাজৰ এটা অন্যতম নিদৰ্শন, যিটো আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে।

• تنويع الحجج والبراهين أسلوب تربوي ناجح.
বিভিন্ন ধৰণৰ যুক্তি আৰু প্ৰমাণ উপস্থাপন কৰাটো হৈছে প্ৰশিক্ষণৰ সফল পদ্ধতি।

• الدعوة بالقرآن من صور الجهاد في سبيل الله.
কোৰআনৰ দ্বাৰা মানুহক আল্লাহৰ প্ৰতি আহ্বান কৰা, এইটো আল্লাহৰ পথত সংগ্ৰাম কৰাৰ অন্যতম এটা ৰূপ।

 
対訳 節: (50) 章: 識別章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる