Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (63) 章: ヤ―・スィーン章
هٰذِهٖ جَهَنَّمُ الَّتِیْ كُنْتُمْ تُوْعَدُوْنَ ۟
এইখনেই সেই জাহান্নাম, কুফৰীৰ প্ৰতিফলস্বৰূপে পৃথিৱীত তোমালোকক যিখনৰ বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই সময়ত তোমালোকে ইয়াক দেখা পোৱা নাছিলা। কিন্তু আজি তোমালোকে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰি আছা।
アラビア語 クルアーン注釈:
本諸節の功徳:
• في يوم القيامة يتجلى لأهل الإيمان من رحمة ربهم ما لا يخطر على بالهم.
কিয়ামতৰ দিনা মুমিনসকলৰ বাবে আল্লাহৰ এনেকুৱা এনেকুৱা ৰহমত প্ৰকাশ পাব, যিবোৰ তেওঁলোকে কেতিয়াও ভৱাই নাছিল।

• أهل الجنة مسرورون بكل ما تهواه النفوس وتلذه العيون ويتمناه المتمنون.
জান্নাতীসকলে নিজৰ মন পছন্দৰ বস্তুবোৰ পাই বহুত আনন্দিত হ’ব। যিবোৰ অত্যন্ত মনোমোহা, তথা সেইবোৰ হৈছে আশা কৰা ব্যক্তিসকলৰ চাহিদাৰ বস্তু।

• ذو القلب هو الذي يزكو بالقرآن، ويزداد من العلم منه والعمل.
প্ৰকৃত বিবেকৱান হৈছে সেই ব্যক্তি, যিয়ে কোৰআনৰ দ্বাৰা নিজকে পৰিশুদ্ধ কৰে। লগতে ইয়াৰ দ্বাৰা জ্ঞান বৃদ্ধি কৰে আৰু সেইমতে আমল কৰে।

• أعضاء الإنسان تشهد عليه يوم القيامة.
কিয়ামতৰ দিনা মানুহৰ অংগ প্ৰত্যংগই মানুহৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব।

 
対訳 節: (63) 章: ヤ―・スィーン章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる