クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - 対訳の目次


対訳 節: (67) 章: 整列者章
ثُمَّ اِنَّ لَهُمْ عَلَیْهَا لَشَوْبًا مِّنْ حَمِیْمٍ ۟ۚ
সেই ফল ভক্ষণ কৰাৰ পিছত সিহঁতক যিটো পানীয় পৰিবেশন কৰা হ’ব, সেইটো হ’ব গৰম আৰু নিকৃষ্ট উপাদানেৰে মিশ্ৰিত।
アラビア語 クルアーン注釈:
本諸節の功徳:
• الظفر بنعيم الجنان هو الفوز الأعظم، ولمثل هذا العطاء والفضل ينبغي أن يعمل العاملون.
জান্নাতৰ নিয়ামত লাভ কৰাটোৱে হৈছে মহাসফলতা। এনেকুৱা প্ৰতিদান আৰু সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত।

• إن طعام أهل النار هو الزقّوم ذو الثمر المرّ الكريه الطعم والرائحة، العسير البلع، المؤلم الأكل.
জাহান্নামত জাহান্নামীসকলৰ খাদ্য বস্তু হ’ব যাক্কুম গছৰ ফল। যি ফল অত্যন্ত দুৰ্গন্ধযুক্ত তথা অতি উৎকট আৰু তিতা। যিটোক গিলি পেলোৱা কঠিন আৰু ভক্ষণ কৰাও কষ্টদায়ক।

• أجاب الله تعالى دعاء نوح عليه السلام بإهلاك قومه، والله نعم المقصود المجيب.
আল্লাহে নূহ আলাইহিচ্ছালামৰ সেই দুআ কবূল কৰিছিল, যি দুআত তেওঁ নিজ সম্প্ৰদায়ক ধ্বংস কৰাৰ বিষয়ে আবেদন কৰিছিল। নিশ্চয় আল্লাহ অতি উত্তম উদ্দেশ্য সফলকাৰী তথা প্ৰাৰ্থনা স্বীকাৰকাৰী।

 
対訳 節: (67) 章: 整列者章
章名の目次 ページ番号
 
クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - 対訳の目次

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

閉じる