クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - 対訳の目次


対訳 節: (27) 章: 煙霧章
وَّنَعْمَةٍ كَانُوْا فِیْهَا فٰكِهِیْنَ ۟ۙ
সিহঁতে নিজৰ পিছফালে কিমান যে সুখ-সামগ্ৰী এৰি থৈ আহিছিল, যিবোৰ সিহঁতে ভোগ কৰিছিল।
アラビア語 クルアーン注釈:
本諸節の功徳:
• وجوب لجوء المؤمن إلى ربه أن يحفظه من كيد عدوّه.
মুমিন ব্যক্তিয়ে শত্ৰুৰ চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰা জৰুৰী।

• مشروعية الدعاء على الكفار عندما لا يستجيبون للدعوة، وعندما يحاربون أهلها.
যদি কাফিৰ ব্যক্তিয়ে ইছলামৰ দাৱাত গ্ৰহণ নকৰে তথা ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে সেইসকল কাফিৰৰ বিৰুদ্ধে বদ্দুআ কৰা বৈধ।

• الكون لا يحزن لموت الكافر لهوانه على الله.
কাফিৰৰ মৃত্যুত বিশ্বজগতে কেতিয়াও শোক প্ৰকাশ নকৰে, কিয়নো আল্লাহৰ দৃষ্টিত সিহঁতৰ কোনো মূল্য নাই।

• خلق السماوات والأرض لحكمة بالغة يجهلها الملحدون.
আকাশমণ্ডল আৰু পৃথিৱীক হিকমত সহকাৰে সৃষ্টি কৰা হৈছে। আল্লাহক অস্বীকাৰ কৰা লোকসকলে এই বিষয়টো নাজানে।

 
対訳 節: (27) 章: 煙霧章
章名の目次 ページ番号
 
クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - 対訳の目次

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

閉じる