Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (31) 章: 跪く章
وَاَمَّا الَّذِیْنَ كَفَرُوْا ۫— اَفَلَمْ تَكُنْ اٰیٰتِیْ تُتْلٰی عَلَیْكُمْ فَاسْتَكْبَرْتُمْ وَكُنْتُمْ قَوْمًا مُّجْرِمِیْنَ ۟
আনহাতে যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ মোৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হোৱা নাছিলনে, অথচ তোমালোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ বিপৰীতে অহংকাৰ কৰিছিলা? প্ৰকৃততে তোমালোক আছিলা অপৰাধী সম্প্ৰদায়। কুফৰী আৰু গুনাহৰ কৰ্মই হৈছে তোমালোকৰ মূল ভিত্তি।
アラビア語 クルアーン注釈:
本諸節の功徳:
• اتباع الهوى يهلك صاحبه، ويحجب عنه أسباب التوفيق.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক ধ্বংস কৰে, লগতে হিদায়তৰ পথৰ পৰা মানুহক বঞ্চিত কৰে।

• هول يوم القيامة.
কিয়ামতৰ ভয়াৱহতা।

• الظن لا يغني من الحق شيئًا، خاصةً في مجال الاعتقاد.
অনুমানে কেতিয়াও সত্যৰ স্থান লব নোৱাৰে, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত।

 
対訳 節: (31) 章: 跪く章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる