クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - 対訳の目次


対訳 節: (70) 章: 食卓章
لَقَدْ اَخَذْنَا مِیْثَاقَ بَنِیْۤ اِسْرَآءِیْلَ وَاَرْسَلْنَاۤ اِلَیْهِمْ رُسُلًا ؕ— كُلَّمَا جَآءَهُمْ رَسُوْلٌۢ بِمَا لَا تَهْوٰۤی اَنْفُسُهُمْ ۙ— فَرِیْقًا كَذَّبُوْا وَفَرِیْقًا یَّقْتُلُوْنَ ۟ۗ
আমি বনী ইছৰাঈলৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিলোঁ অনুসৰণ কৰাৰ বাবে, আৰু সিহঁতৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ আল্লাহৰ চৰীয়ত প্ৰচাৰ কৰিবলৈ। কিন্তু সিহঁতে প্ৰতিশ্ৰুতি ভঙ্গ কৰিছিল। ফলত সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা বিধানৰ পৰা বিমূখ হৈছিল। তেওঁলোকৰ মাজৰ কিছুমানক অস্বীকাৰ কৰিছিল আৰু কিছুমানক হত্যা কৰিছিল।
アラビア語 クルアーン注釈:
本諸節の功徳:
• العمل بما أنزل الله تعالى سبب لتكفير السيئات ودخول الجنة وسعة الأرزاق.
আল্লাহৰ বিধান অনুসাৰে আমল কৰা হৈছে গুনাহ ক্ষমা হোৱাৰ কাৰণ লগতে জান্নাতত প্ৰৱেশ কৰাৰ আৰু জীৱিকা প্ৰশস্ত হোৱাৰ মাধ্যম।

• توجيه الدعاة إلى أن التبليغ المُعتَدَّ به والمُبْرِئ للذمة هو ما كان كاملًا غير منقوص، وفي ضوء ما ورد به الوحي.
আল্লাহৰ প্ৰতি আহ্বায়ক সকলক নিৰ্দেশ দিয়া হৈছে যে, যদি তেওঁলোকৰ ধৰ্ম প্ৰচাৰ সম্পূৰ্ণৰূপে নহয় তথা অহী অনুসাৰে নহয় তেন্তে সিহঁতৰ দায়িত্ব পূৰণ নহ'ব।

• لا يُعْتد بأي معتقد ما لم يُقِمْ صاحبه دليلًا على أنه من عند الله تعالى.
কোনো আক্বীদাই সেই সময় পৰ্যন্ত নিৰ্ভৰযোগ্য নহয়, যেতিয়া লৈকে এইটো প্ৰমাণিত নহ'ব যে, সেয়া আল্লাহৰ তৰফৰ পৰা আহিছে।

 
対訳 節: (70) 章: 食卓章
章名の目次 ページ番号
 
クルアーンの対訳 - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - 対訳の目次

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

閉じる