クルアーンの対訳 - アッサム語対訳 * - 対訳の目次

PDF XML CSV Excel API
Please review the Terms and Policies

対訳 節: (9) 章: 抗弁する女章
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا تَنَاجَیْتُمْ فَلَا تَتَنَاجَوْا بِالْاِثْمِ وَالْعُدْوَانِ وَمَعْصِیَتِ الرَّسُوْلِ وَتَنَاجَوْا بِالْبِرِّ وَالتَّقْوٰی ؕ— وَاتَّقُوا اللّٰهَ الَّذِیْۤ اِلَیْهِ تُحْشَرُوْنَ ۟
হে ঈমান্দাৰসকল! তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰিবা তেতিয়া যাতে তোমালোকে গুনাহ, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণ সম্পৰ্কে গোপন পৰামৰ্শ নকৰা। বৰং তোমালোকে সৎকৰ্ম আৰু তাক্বৱা অৱলম্বনৰ বিষয়ে গোপন পৰামৰ্শ কৰিবা, লগতে আল্লাহক ভয় কৰা, যাৰ ওচৰত তোমালোকক সমবেত কৰা হ’ব।
アラビア語 クルアーン注釈:
 
対訳 節: (9) 章: 抗弁する女章
章名の目次 ページ番号
 
クルアーンの対訳 - アッサム語対訳 - 対訳の目次

クルアーン・アッサム語対訳 - Sh. Rafiqul-Islam Habib Ar-Rahman ヒジュラ暦1438年

閉じる