クルアーンの対訳 - アッサム語対訳 * - 対訳の目次

PDF XML CSV Excel API
Please review the Terms and Policies

対訳 節: (113) 章: 家畜章
وَلِتَصْغٰۤی اِلَیْهِ اَفْـِٕدَةُ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ وَلِیَرْضَوْهُ وَلِیَقْتَرِفُوْا مَا هُمْ مُّقْتَرِفُوْنَ ۟
আৰু সিহঁতে এইকাৰণে কুমন্ত্ৰণা দিয়ে যে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পছন্দ কৰে; আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱেই যেন সিহঁতে কৰি থাকে।
アラビア語 クルアーン注釈:
 
対訳 節: (113) 章: 家畜章
章名の目次 ページ番号
 
クルアーンの対訳 - アッサム語対訳 - 対訳の目次

クルアーン・アッサム語対訳 - Sh. Rafiqul-Islam Habib Ar-Rahman ヒジュラ暦1438年

閉じる