Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (13) ជំពូក​: តហា
وَاَنَا اخْتَرْتُكَ فَاسْتَمِعْ لِمَا یُوْحٰی ۟
হে মূছা! তোমাক মই মোৰ বাৰ্তা প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰিছোঁ। এতেকে মই তোমাৰ প্ৰতি যি অহী কৰিম সেয়া মনোযোগ সহকাৰে শুনিবা।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• وجوب حسن الاستماع في الأمور المهمة، وأهمها الوحي المنزل من عند الله.
গুৰুত্বপূৰ্ণ বিষয়বোৰ মনোযোগ সহকাৰে শুনাটো অনিবাৰ্য। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ অহী।

• اشتمل أول الوحي إلى موسى على أصلين في العقيدة وهما: الإقرار بتوحيد الله، والإيمان بالساعة (القيامة)، وعلى أهم فريضة بعد الإيمان وهي الصلاة.
মূছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ প্ৰথম অহীটো হৈছে আক্বীদা সম্পৰ্কীয় দুটা বিষয়, সেয়া হৈছেঃ আল্লাহৰ তাওহীদৰ স্বীকাৰোক্তি আৰু কিয়ামতৰ প্ৰতি ঈমান, তথা ঈমান পোষণ কৰাৰ পিচত আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্তব্যটো হৈছে ছালাত, যিটো ইয়াৰেই অন্তৰ্ভুক্ত।

• التعاون بين الدعاة ضروري لإنجاح المقصود؛ فقد جعل الله لموسى أخاه هارون نبيَّا ليعاونه في أداء الرسالة.
উদ্দেশ্যক সফল কৰাৰ বাবে ধৰ্ম প্ৰচাৰকসকলে ইজনে সিজনক সহায় কৰা অনিবাৰ্য। কিয়নো আল্লাহে মূছা আলাইহিচ্ছালামৰ বাবে তেওঁৰ ভাতৃ হাৰূনক নবী বনাইছিল, যাতে তেওঁ আল্লাহৰ বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত তেওঁক সহায় কৰে।

• أهمية امتلاك الداعية لمهارة الإفهام للمدعوِّين.
ধৰ্ম প্ৰচাৰক ব্যক্তিৰ বাবে সম্বোধন কৰা ব্যক্তিক বুজোৱাৰ দক্ষতা থকা খুবেই জৰুৰী।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (13) ជំពូក​: តហា
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - សន្ទស្សន៍នៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ