ការបកប្រែអត្ថន័យគួរអាន - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (66) ជំពូក​: សូរ៉ោះអាល់អះហ្សាប
یَوْمَ تُقَلَّبُ وُجُوْهُهُمْ فِی النَّارِ یَقُوْلُوْنَ یٰلَیْتَنَاۤ اَطَعْنَا اللّٰهَ وَاَطَعْنَا الرَّسُوْلَا ۟
কিয়ামতৰ দিনা সিহঁতৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ’ব। সিহঁতে সেইদিনা গভীৰ আফচোচ প্ৰকাশ কৰি তথা অনুতপ্ত হৈ ক’বঃ হায় আফচোচ! যদি আমি পাৰ্থিৱ জীৱনত আল্লাহৰ আদেশ পালন কৰিলোহেঁতেন আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিলোহেঁতেন। হায় আফচোচ! আমি যদি ৰাছুলে লৈ অহা বাৰ্তাৰ অনুসৰণ কৰিলোহেঁতেন!
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• اختصاص الله بعلم الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে।

• تحميل الأتباع كُبَرَاءَهُم مسؤوليةَ إضلالهم لا يعفيهم هم من المسؤولية.
অনুগামীসকলে নেতাসকলৰ ওপৰত বিভ্ৰান্ত কৰাৰ দোষ জাপি দিলেই সিহঁত দোষমুক্ত হৈ নপৰিব।

• شدة التحريم لإيذاء الأنبياء بالقول أو الفعل.
নবীসকলক কথাৰ দ্বাৰাই হওক অথবা কৰ্মৰ দ্বাৰা, তেওঁলোকক কষ্ট দিয়াটো কঠোৰভাৱে নিষিদ্ধ।

• عظم الأمانة التي تحمّلها الإنسان.
মানুহে গ্ৰহণ কৰা দায়িত্বটো অতি গুৰুত্বপূৰ্ণ দায়িত্ব।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (66) ជំពូក​: សូរ៉ោះអាល់អះហ្សាប
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - សន្ទស្សន៍នៃការបកប្រែ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

បិទ