external-link copy
68 : 38

اَنْتُمْ عَنْهُ مُعْرِضُوْنَ ۟

কিন্তু তোমালোক এই মহামৰ্যাদাৱান সংবাদৰ পৰা বিমুখ হৈ আছা। ইয়াৰ প্ৰতি মনোযোগ প্ৰদান কৰা নাই। info
التفاسير: |
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• القياس والاجتهاد مع وجود النص الواضح مسلك باطل.
কোৰআন হাদীছৰ স্পষ্ট প্ৰমাণ থকাৰ পিছতো কিয়াচ অথবা ইজতিহাদ কৰাটো ভুল পন্থা। info

• كفر إبليس كفر عناد وتكبر.
ইবলীছৰ কুফৰ আছিল অহংকাৰ তথা অবাধ্যতা নিৰ্ভৰ কুফৰী। info

• من أخلصهم الله لعبادته من الخلق لا سبيل للشيطان عليهم.
আল্লাহে তেওঁৰ যি বান্দাক তেওঁৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিব, চয়তানে তাক কেতিয়াও সঠিক পথৰ পৰা পথভ্ৰষ্ট কৰিব নোৱাৰিব। info

prev

চ'দ

next