ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
19 : 40

یَعْلَمُ خَآىِٕنَةَ الْاَعْیُنِ وَمَا تُخْفِی الصُّدُوْرُ ۟

গোপনে দৃষ্টিপাত কৰা ব্যক্তিৰ দৃষ্টি সম্পৰ্কেও আল্লাহে অৱগত, আৰু অন্তৰত থকা গোপন বিষয় সম্পৰ্কেও অৱগত। মহান আল্লাহৰ পৰা একোৱেই গোপন নহয়। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• التذكير بيوم القيامة من أعظم الروادع عن المعاصي.
কিয়ামতৰ স্মৰণ হৈছে গুনাহৰ পৰা বিৰত থকাৰ প্ৰমুখ উপায়। info

• إحاطة علم الله بأعمال عباده؛ خَفِيَّة كانت أم ظاهرة.
আল্লাহৰ জ্ঞানে তেওঁৰ বান্দাসকলৰ প্ৰকাশ্য অপ্ৰকাশ্য সকলো কৰ্ম পৰিবেষ্টন কৰি আছে। info

• الأمر بالسير في الأرض للاتعاظ بحال المشركين الذين أهلكوا.
পূৰ্বৱৰ্তী ধ্বংসপ্ৰাপ্ত মুশ্বৰিকসকলৰ অৱস্থাৰ পৰা শিক্ষা লবলৈ পৃথিৱীৰ বুকুত ভ্ৰমণ কৰাৰ আদেশ দিয়া হৈছে। info