ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
23 : 40

وَلَقَدْ اَرْسَلْنَا مُوْسٰی بِاٰیٰتِنَا وَسُلْطٰنٍ مُّبِیْنٍ ۟ۙ

নিশ্চয় আমি মুছা আলাইহিচ্ছালামক স্পষ্ট নিদৰ্শন আৰু অকাট্য প্ৰমাণৰ সৈতে প্ৰেৰণ কৰিছিলোঁ। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• التذكير بيوم القيامة من أعظم الروادع عن المعاصي.
কিয়ামতৰ স্মৰণ হৈছে গুনাহৰ পৰা বিৰত থকাৰ প্ৰমুখ উপায়। info

• إحاطة علم الله بأعمال عباده؛ خَفِيَّة كانت أم ظاهرة.
আল্লাহৰ জ্ঞানে তেওঁৰ বান্দাসকলৰ প্ৰকাশ্য অপ্ৰকাশ্য সকলো কৰ্ম পৰিবেষ্টন কৰি আছে। info

• الأمر بالسير في الأرض للاتعاظ بحال المشركين الذين أهلكوا.
পূৰ্বৱৰ্তী ধ্বংসপ্ৰাপ্ত মুশ্বৰিকসকলৰ অৱস্থাৰ পৰা শিক্ষা লবলৈ পৃথিৱীৰ বুকুত ভ্ৰমণ কৰাৰ আদেশ দিয়া হৈছে। info