ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
35 : 47

فَلَا تَهِنُوْا وَتَدْعُوْۤا اِلَی السَّلْمِ ۖۗ— وَاَنْتُمُ الْاَعْلَوْنَ ۖۗ— وَاللّٰهُ مَعَكُمْ وَلَنْ یَّتِرَكُمْ اَعْمَالَكُمْ ۟

হে মুমিনসকল! তোমালোকে শত্ৰুৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত কেতিয়াও দুৰ্বলতা নেদেখুৱাবা আৰু সিহঁতে প্ৰস্তাৱ দিয়াৰ পূৰ্বে কেতিয়াও তোমালোকে সিহঁতক সন্ধিৰ প্ৰস্তাৱ নিদিবা। কাৰণ তোমালোকেই হৈছা প্ৰভাৱী আৰু বিজয়ী। নিশ্চয় সহায়-সমৰ্থনৰ দ্বাৰা আল্লাহ তোমালোকৰ লগত আছে। তেওঁ কেতিয়াও তোমালোকৰ কৰ্মৰ প্ৰতিদান হ্ৰাস নকৰিব, বৰং নিজ অনুগ্ৰহত আৰু অধিক বৃদ্ধিহে কৰি দিব। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• سرائر المنافقين وخبثهم يظهر على قسمات وجوههم وأسلوب كلامهم.
মুনাফিকসকলৰ অন্তৰৰ ভেদ, সিহঁতৰ চেহেৰা আৰু কথা কোৱাৰ ভঙ্গিমাতেই স্পষ্ট হৈ পৰে। info

• الاختبار سُنَّة إلهية لتمييز المؤمنين من المنافقين.
মুমিন আৰু মুনাফিকৰ মাজত পাৰ্থক্য কৰিবলৈ আল্লাহে পূৰ্বৰে পৰা পৰীক্ষা কৰি আহিছে। info

• تأييد الله لعباده المؤمنين بالنصر والتسديد.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায়-সহযোগিতা আৰু সঠিক পথত পৰিচালিত কৰি পূৰ্ণ সমৰ্থন কৰে। info

• من رفق الله بعباده أنه لا يطلب منهم إنفاق كل أموالهم في سبيل الله.
বান্দাৰ প্ৰতি আল্লাহৰ এইটো অনুগ্ৰহ যে, তেওঁ সিহঁতক সিহঁতৰ গোটেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা নাই। info