external-link copy
16 : 52

اِصْلَوْهَا فَاصْبِرُوْۤا اَوْ لَا تَصْبِرُوْا ۚ— سَوَآءٌ عَلَیْكُمْ ؕ— اِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُوْنَ ۟

এই জাহান্নামৰ জুইৰ গৰমৰ সোৱাদ লোৱা, তথা উপভোগ কৰা। তোমালোকে এই জুইৰ উত্তাপ সহ্য কৰা বা নকৰা, দুয়োটাই তোমালোকৰ বাবে সমান। আজি তোমালোকক সেই কুফৰী আৰু গুনাহৰ বাবেই শাস্তি বিহা হ’ব,যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা। info
التفاسير: |
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• الجمع بين الآباء والأبناء في الجنة في منزلة واحدة وإن قصر عمل بعضهم إكرامًا لهم جميعًا حتى تتم الفرحة.
জান্নাতৰ এটা স্থানতেই পিতা-পুত্ৰক একত্ৰিত কৰা হ'ব, যদিও তেওঁলোকৰ মাজৰ কাৰোবাৰ আমল কম হওক। দৰাচলতে আল্লাহে তেওঁলোকৰ প্ৰতি অনুগ্ৰহ কৰিব, যাতে তেওঁলোকে পৰিপূৰ্ণ আনন্দ উপভোগ কৰিব পাৰে। info

• خمر الآخرة لا يترتب على شربها مكروه.
আখিৰাতৰ সুৰা সেৱন কৰিলে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’ব। info

• من خاف من ربه في دنياه أمّنه في آخرته.
যি ব্যক্তিয়ে পৃথিৱীত আল্লাহক ভয় কৰিব, আল্লাহে তাক আখিৰাতত চিন্তামুক্ত ৰাখিব। info

prev

আত-তুৰ

next