ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
33 : 52

اَمْ یَقُوْلُوْنَ تَقَوَّلَهٗ ۚ— بَلْ لَّا یُؤْمِنُوْنَ ۟ۚ

অথবা সিহঁতে এই কথা কয় নেকি যে, মুহাম্মদে এই কোৰআনখন নিজেই ৰচনা কৰিছে, তেওঁৰ প্ৰতি ইয়াক অহী কৰা নাই, প্ৰকৃততে তেওঁ ইয়াক ৰচনা কৰা নাই। বৰং সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰিছে। সেইকাৰণেই সিহঁতে ইয়াৰ প্ৰতি মিছা আৰোপ কৰি কয় যে, তেওঁ ইয়াক ৰচনা কৰিছে। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الطغيان سبب من أسباب الضلال.
অবাধ্যতা হৈছে পথভ্ৰষ্টতাৰ মূল কাৰণ। info

• أهمية الجدال العقلي في إثبات حقائق الدين.
ধৰ্মৰ সত্যতা প্ৰকাশ কৰিবলৈ যুক্তি দাঙি ধৰাৰ গুৰুত্ব। info

• ثبوت عذاب البَرْزَخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ। info