external-link copy
35 : 52

اَمْ خُلِقُوْا مِنْ غَیْرِ شَیْءٍ اَمْ هُمُ الْخٰلِقُوْنَ ۟ؕ

সিহঁতে সৃষ্টিকৰ্তা নোহোৱাকৈয়ে সৃষ্টি হৈছে নেকি? নে সিহঁতে নিজেই নিজক সৃষ্টি কৰিছে? সৃষ্টিকৰ্তা নোহোৱাকৈ কোনো সৃষ্টিয়েই অস্তিত্ব লাভ কৰা সম্ভৱ নহয়। এইদৰে কোনো সৃষ্টিয়েও নিজেই নিজকে সৃষ্টি কৰিবলৈ সক্ষম নহয়। তথাপিও সিহঁতে নিজৰ সৃষ্টিকৰ্তাৰ ইবাদত কিয় নকৰে?! info
التفاسير: |
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• الطغيان سبب من أسباب الضلال.
অবাধ্যতা হৈছে পথভ্ৰষ্টতাৰ মূল কাৰণ। info

• أهمية الجدال العقلي في إثبات حقائق الدين.
ধৰ্মৰ সত্যতা প্ৰকাশ কৰিবলৈ যুক্তি দাঙি ধৰাৰ গুৰুত্ব। info

• ثبوت عذاب البَرْزَخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ। info

prev

আত-তুৰ

next