external-link copy
37 : 52

اَمْ عِنْدَهُمْ خَزَآىِٕنُ رَبِّكَ اَمْ هُمُ الْمُصَۜیْطِرُوْنَ ۟ؕ

অথবা সিহঁতৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ জীৱিকা ভাণ্ডাৰ আছে নেকি, ফলত সিহঁতে যাক ইচ্ছা দান কৰিব আৰু যাক ইচ্ছা বঞ্চিত কৰিব?! তথা সিহঁতে যাক ইচ্ছা কৰিব নবুওৱত দান কৰিব আৰু যাক ইচ্ছা কৰিব আঁতৰাই ৰাখিব? নে সিহঁতক নিজ ইচ্ছা মতে ব্যয় কৰাৰ অধিকাৰ দিয়া হৈছে? info
التفاسير: |
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• الطغيان سبب من أسباب الضلال.
অবাধ্যতা হৈছে পথভ্ৰষ্টতাৰ মূল কাৰণ। info

• أهمية الجدال العقلي في إثبات حقائق الدين.
ধৰ্মৰ সত্যতা প্ৰকাশ কৰিবলৈ যুক্তি দাঙি ধৰাৰ গুৰুত্ব। info

• ثبوت عذاب البَرْزَخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ। info

prev

আত-তুৰ

next