external-link copy
39 : 52

اَمْ لَهُ الْبَنٰتُ وَلَكُمُ الْبَنُوْنَ ۟ؕ

অথবা সেই পৱিত্ৰ আল্লাহৰ কন্যা সন্তান থকা বুলি তোমালোকে বিশ্বাস কৰা নেকি, যিটোক তোমালোকে নিজেই অপছন্দ কৰা, পক্ষান্তৰে তোমালোকে নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, যিটো তোমালোকৰ দৃষ্টিত প্ৰিয়? info
التفاسير: |
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• الطغيان سبب من أسباب الضلال.
অবাধ্যতা হৈছে পথভ্ৰষ্টতাৰ মূল কাৰণ। info

• أهمية الجدال العقلي في إثبات حقائق الدين.
ধৰ্মৰ সত্যতা প্ৰকাশ কৰিবলৈ যুক্তি দাঙি ধৰাৰ গুৰুত্ব। info

• ثبوت عذاب البَرْزَخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ। info

prev

আত-তুৰ

next