Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (4) ជំពូក​: ជូមូអះ
ذٰلِكَ فَضْلُ اللّٰهِ یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟
উক্ত বিষয়টো (অৰ্থাৎ আৰব তথা অনাৰবসকলৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰাটো) হৈছে আল্লাহৰ এটা অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। আল্লাহ অত্যন্ত অনুগ্ৰহকাৰী। তেওঁৰ অন্যতম এটা ডাঙৰ অনুগ্ৰহ হৈছে এই উম্মতৰ সকলোকে সামৰি ৰাছুল প্ৰেৰণ কৰা।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• عظم منة النبي صلى الله عليه وسلم على البشرية عامة وعلى العرب خصوصًا، حيث كانوا في جاهلية وضياع.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মানৱ জাতিৰ প্ৰতি আৰু বিশেষকৈ আৰববাসীসকলৰ প্ৰতি বৰ ডাঙৰ উপকাৰ। কিয়নো সিহঁত জাহিলিয়্যাত (অজ্ঞতা) আৰু ধ্বংসৰ যুগ অতিক্ৰম কৰি আছিল।

• الهداية فضل من الله وحده، تطلب منه وتستجلب بطاعته.
হিদায়ত কেৱল আল্লাহৰ অনুগ্ৰহৰ ফলত প্ৰাপ্ত হয়। গতিকে হিদায়ত কেৱল তেওঁৰ ওচৰতেই বিচৰা উচিত আৰু কেৱল তেওঁৰেই আদেশ পালন কৰি অৰ্জন কৰা উচিত।

• تكذيب دعوى اليهود أنهم أولياء الله؛ بتحدّيهم أن يتمنوا الموت إن كانوا صادقين في دعواهم لأن الولي يشتاق لحبيبه.
ইয়াহুদীসকলৰ এই দাবীৰ খণ্ডন কৰা যে, সিহঁত আল্লাহৰ অলী। সিহঁতক এই চেলেঞ্জ দিয়া হৈছে যে, যদি সিহঁত নিজৰ দাবীত সত্যবাদী তেন্তে মৃত্যু কামনা কৰি দেখুৱাওক। কিয়নো বন্ধুৱে বন্ধুৰ লগত সাক্ষাৎ কৰিবলৈ বৰ ইচ্ছুক হৈ থাকে।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (4) ជំពូក​: ជូមូអះ
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - សន្ទស្សន៍នៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ