external-link copy
28 : 76

نَحْنُ خَلَقْنٰهُمْ وَشَدَدْنَاۤ اَسْرَهُمْ ۚ— وَاِذَا شِئْنَا بَدَّلْنَاۤ اَمْثَالَهُمْ تَبْدِیْلًا ۟

আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গাঠিসমূহ তথা অংগসমূহ সুদৃঢ় কৰিছো। আৰু যেতিয়া আমি সিহঁতক ধ্বংস কৰিবলৈ আৰু সিহঁতক পৰিৱৰ্তন কৰিবলৈ ইচ্ছা কৰিম তেতিয়া সিহঁতক ধ্বংস কৰি দিম আৰু পৰিৱৰ্তন কৰি দিম। info
التفاسير: |
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• خطر التعلق بالدنيا ونسيان الآخرة.
পৃথিৱীৰ মায়া-মোহত আৱদ্ধ হৈ আখিৰাতক পাহৰি যোৱাৰ ক্ষতি। info

• مشيئة العبد تابعة لمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ। info

• إهلاك الأمم المكذبة سُنَّة إلهية.
অস্বীকাৰকাৰী জাতিক ধ্বংস কৰা আল্লাহৰ বিধি সন্মত। info

prev

আল-ইনছান

next