ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ

external-link copy
78 : 6

فَلَمَّا رَاَ الشَّمْسَ بَازِغَةً قَالَ هٰذَا رَبِّیْ هٰذَاۤ اَكْبَرُ ۚ— فَلَمَّاۤ اَفَلَتْ قَالَ یٰقَوْمِ اِنِّیْ بَرِیْٓءٌ مِّمَّا تُشْرِكُوْنَ ۟

যেতিয়া সূৰ্য্য উদয় হোৱা দেখিলে, তেতিয়া ক'বলৈ ধৰিলেঃ এইটোৱে মোৰ ৰব্ব। এইটো তৰা আৰু চন্দ্ৰতকৈও ডাঙৰ। কিন্তু যেতিয়া সেইটোও অস্তমিত হ'ল, তেতিয়া ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যিবোৰ বস্তুক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা, মই সেইবোৰৰ পৰা সম্পূৰ্ণ মুক্ত। info
التفاسير:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• الاستدلال على الربوبية بالنظر في المخلوقات منهج قرآني.
সৃষ্টিৰ ওপৰত গৱেষণাৰ জৰিয়তে ৰূবুবিয়্যাতৰ প্ৰমাণ উদ্ঘাটন কৰা কোৰআনৰ এটা বিশেষ শৈলী। info

• الدلائل العقلية الصريحة توصل إلى ربوبية الله.
মানুহৰ সুস্থ বিবেকেও এই কথাই প্ৰমাণ কৰে যে, আল্লাহেই এই বিশ্বজগতৰ প্ৰতিপালক। info