Prijevod značenja časnog Kur'ana - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Sadržaj prijevodā


Prijevod značenja Ajet: (78) Sura: Sura el-En'am
فَلَمَّا رَاَ الشَّمْسَ بَازِغَةً قَالَ هٰذَا رَبِّیْ هٰذَاۤ اَكْبَرُ ۚ— فَلَمَّاۤ اَفَلَتْ قَالَ یٰقَوْمِ اِنِّیْ بَرِیْٓءٌ مِّمَّا تُشْرِكُوْنَ ۟
যেতিয়া সূৰ্য্য উদয় হোৱা দেখিলে, তেতিয়া ক'বলৈ ধৰিলেঃ এইটোৱে মোৰ ৰব্ব। এইটো তৰা আৰু চন্দ্ৰতকৈও ডাঙৰ। কিন্তু যেতিয়া সেইটোও অস্তমিত হ'ল, তেতিয়া ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যিবোৰ বস্তুক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা, মই সেইবোৰৰ পৰা সম্পূৰ্ণ মুক্ত।
Tefsiri na arapskom jeziku:
Poruke i pouke ajeta na ovoj stranici:
• الاستدلال على الربوبية بالنظر في المخلوقات منهج قرآني.
সৃষ্টিৰ ওপৰত গৱেষণাৰ জৰিয়তে ৰূবুবিয়্যাতৰ প্ৰমাণ উদ্ঘাটন কৰা কোৰআনৰ এটা বিশেষ শৈলী।

• الدلائل العقلية الصريحة توصل إلى ربوبية الله.
মানুহৰ সুস্থ বিবেকেও এই কথাই প্ৰমাণ কৰে যে, আল্লাহেই এই বিশ্বজগতৰ প্ৰতিপালক।

 
Prijevod značenja Ajet: (78) Sura: Sura el-En'am
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Sadržaj prijevodā

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Zatvaranje