Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (162) അദ്ധ്യായം: ബഖറഃ
خٰلِدِیْنَ فِیْهَا ۚ— لَا یُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ یُنْظَرُوْنَ ۟
সিহঁত সদায় এই অভিশাপত থাকিব। এদিনৰ কাৰণেও সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহব আনকি কিয়ামতৰ দিনাও সিহঁতক অৱসৰ দিয়া নহব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الابتلاء سُنَّة الله تعالى في عباده، وقد وعد الصابرين على ذلك بأعظم الجزاء وأكرم المنازل.
আল্লাহে সদায় তেওঁৰ বান্দাসকলক পৰীক্ষা কৰে। সেয়ে তেওঁ পৰীক্ষাৰ সময়ত ধৈৰ্য ধাৰণকাৰী সকলক আটাইতকৈ ডাঙৰ বিনিময় আৰু সন্মানিত স্থানৰ প্ৰতিশ্ৰুতি দিছে।

• مشروعية السعي بين الصفا والمروة لمن حج البيت أو اعتمر.
হজ্জ আৰু উমাৰাহ পালনকাৰী সকলৰ বাবে চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰাৰ বৈধতা এই আয়াতৰ দ্বাৰা প্ৰমাণিত হল।

• من أعظم الآثام وأشدها عقوبة كتمان الحق الذي أنزله الله، والتلبيس على الناس، وإضلالهم عن الهدى الذي جاءت به الرسل.
আল্লাহে অৱতীৰ্ণ কৰা সত্যক গোপন কৰা, মানুহক প্ৰতাৰণা কৰা আৰু সিহঁতক নবীসকলে লৈ অহা হিদায়তৰ পৰা পথভ্ৰষ্ট কৰা মহাপাপ; আৰু এই পাপৰ শাস্তিও অতি কঠোৰ।

 
പരിഭാഷ ആയത്ത്: (162) അദ്ധ്യായം: ബഖറഃ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക