Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (86) അദ്ധ്യായം: അൻബിയാഅ്
وَاَدْخَلْنٰهُمْ فِیْ رَحْمَتِنَا ؕ— اِنَّهُمْ مِّنَ الصّٰلِحِیْنَ ۟
আমি তেওঁলোকক আমাৰ দয়াত প্ৰৱেশ কৰাইছিলোঁ আৰু তেওঁলোকক নবী বনাইছিলোঁ। তথা জান্নাতৰ অধিবাসী বনাইছোঁ। নিশ্চয় তেওঁলোক আছিল আল্লাহৰ সদাচাৰী বান্দা। তেওঁলোকে নিজ প্ৰতিপালকৰ আনুগত্য কৰিছিল, লগতে তেওঁলোকৰ বাহ্যিক-আভ্যন্তৰীণ সকলো নেক আছিল।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الصلاح سبب للرحمة.
সৎকৰ্ম হৈছে আল্লাহৰ ৰহমত লাভ কৰাৰ অন্যতম উপায়।

• الالتجاء إلى الله وسيلة لكشف الكروب.
আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিলে বিপদ-আপদ দূৰ হয়।

• فضل طلب الولد الصالح ليبقى بعد الإنسان إذا مات.
নেক সন্তানৰ প্ৰাৰ্থনাৰ গুৰুত্ব, যাতে মানুহজন মৃত্যুবৰণ কৰিলেও দুআ কৰিবলৈ তেওঁৰ সন্তান বাকী থাকে।

• الإقرار بالذنب، والشعور بالاضطرار لله وشكوى الحال له، وطاعة الله في الرخاء من أسباب إجابة الدعاء وكشف الضر.
গুনাহ স্বীকাৰ কৰিলে, আল্লাহৰ সন্মুখত নিজৰ বিৱশতা প্ৰকাশ কৰিলে, কেৱল তেওঁৰ ওচৰতেই দুআ কৰিলে, তথা সুখ-শান্তিৰ সময়ত আল্লাহক স্মৰণ কৰিলে দুআ কবূল হয়, লগতে বিপদ-আপদৰ পৰা ৰক্ষা পোৱা যায়।

 
പരിഭാഷ ആയത്ത്: (86) അദ്ധ്യായം: അൻബിയാഅ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക