വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
53 : 39

قُلْ یٰعِبَادِیَ الَّذِیْنَ اَسْرَفُوْا عَلٰۤی اَنْفُسِهِمْ لَا تَقْنَطُوْا مِنْ رَّحْمَةِ اللّٰهِ ؕ— اِنَّ اللّٰهَ یَغْفِرُ الذُّنُوْبَ جَمِیْعًا ؕ— اِنَّهٗ هُوَ الْغَفُوْرُ الرَّحِیْمُ ۟

হে ৰাছুল! আপুনি মোৰ সেই বান্দাসকলক কৈ দিয়ক, যিসকলে শ্বিৰ্কত লিপ্ত হৈ অথবা গুনাহত পতিত হৈ সীমালঙ্ঘন কৰি নিজৰ ওপৰত অন্যায় কৰিছেঃ তোমালোকে আল্লাহৰ ৰহমতৰ পৰা আৰু তোমালোকৰ গুনাহৰ মাগফিৰাতৰ পৰা নিৰাশ নহ’বা। নিঃসন্দেহে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ গুনাহ ক্ষমা কৰি দিয়ে, যিয়ে তেওঁৰ ওচৰত তাওবা কৰে। নিশ্চয় তেওঁ তাওবাকাৰী ব্যক্তিসকলৰ প্ৰতি ক্ষমাশীল, তেওঁলোকৰ প্ৰতি দয়ালু। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• النعمة على الكافر استدراج.
কাফিৰসকলক প্ৰদান কৰা নিয়ামতসমূহ হৈছে প্ৰকৃততে একপ্ৰকাৰ অৱকাশ। info

• سعة رحمة الله بخلقه.
আল্লাহৰ ৰহমত সৃষ্টিজগতৰ প্ৰতি অতি প্ৰশস্ত। info

• الندم النافع هو ما كان في الدنيا، وتبعته توبة نصوح.
উপকাৰী অনুতাপ কেৱল সেইটো, যিটো পৃথিৱীত কৰা হয়, যি অনুতাপৰ পিছত লগে লগে নিৰ্ভেজাল তাওবা কৰা হয়। info