വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
37 : 42

وَالَّذِیْنَ یَجْتَنِبُوْنَ كَبٰٓىِٕرَ الْاِثْمِ وَالْفَوَاحِشَ وَاِذَا مَا غَضِبُوْا هُمْ یَغْفِرُوْنَ ۟ۚ

তেওঁলোকে মহাপাপ আৰু বেয়া কৰ্ম আদিৰ পৰা দূৰত্ব অৱলম্বন কৰে। তেওঁলোকে যেতিয়া এনেকুৱা লোকৰ ওপৰত ক্ৰোধান্বিত হয়, যিয়ে তেওঁলোকক কথা অথবা কৰ্মৰ জৰিয়তে কষ্ট দিছে, তেনে ব্যক্তিৰ ভুলক তেওঁলোকে ক্ষমা কৰি দিয়ে। কোনো ধৰণৰ প্ৰতিশোধ নলয়। এই ক্ষমাদান হৈছে তেওঁলোকৰ ফালৰ পৰা কৃপা। যেতিয়া ইয়াৰ মাজত কোনো কল্যাণ তথা হিত নিহিত থাকে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الصبر والشكر سببان للتوفيق للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতাৰ ফলত আল্লাহৰ নিদৰ্শনবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰাৰ তাওফীক পোৱা যায়। info

• مكانة الشورى في الإسلام عظيمة.
ইছলামত পৰামৰ্শৰ গুৰুত্ব বহুত। info

• جواز مؤاخذة الظالم بمثل ظلمه، والعفو خير من ذلك.
অন্যায় অনুপাতে প্ৰতিশোধ লোৱা বৈধ, কিন্তু ক্ষমা কৰাটো উত্তম। info