क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (37) सूरा: सूरा अश़्-शूरा
وَالَّذِیْنَ یَجْتَنِبُوْنَ كَبٰٓىِٕرَ الْاِثْمِ وَالْفَوَاحِشَ وَاِذَا مَا غَضِبُوْا هُمْ یَغْفِرُوْنَ ۟ۚ
তেওঁলোকে মহাপাপ আৰু বেয়া কৰ্ম আদিৰ পৰা দূৰত্ব অৱলম্বন কৰে। তেওঁলোকে যেতিয়া এনেকুৱা লোকৰ ওপৰত ক্ৰোধান্বিত হয়, যিয়ে তেওঁলোকক কথা অথবা কৰ্মৰ জৰিয়তে কষ্ট দিছে, তেনে ব্যক্তিৰ ভুলক তেওঁলোকে ক্ষমা কৰি দিয়ে। কোনো ধৰণৰ প্ৰতিশোধ নলয়। এই ক্ষমাদান হৈছে তেওঁলোকৰ ফালৰ পৰা কৃপা। যেতিয়া ইয়াৰ মাজত কোনো কল্যাণ তথা হিত নিহিত থাকে।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• الصبر والشكر سببان للتوفيق للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতাৰ ফলত আল্লাহৰ নিদৰ্শনবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰাৰ তাওফীক পোৱা যায়।

• مكانة الشورى في الإسلام عظيمة.
ইছলামত পৰামৰ্শৰ গুৰুত্ব বহুত।

• جواز مؤاخذة الظالم بمثل ظلمه، والعفو خير من ذلك.
অন্যায় অনুপাতে প্ৰতিশোধ লোৱা বৈধ, কিন্তু ক্ষমা কৰাটো উত্তম।

 
अर्थों का अनुवाद आयत: (37) सूरा: सूरा अश़्-शूरा
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - अनुवादों की सूची

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

बंद करें