ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (35) ߝߐߘߊ ߘߏ߫: ߦߣߎߛߊ߫ ߝߐߘߊ
قُلْ هَلْ مِنْ شُرَكَآىِٕكُمْ مَّنْ یَّهْدِیْۤ اِلَی الْحَقِّ ؕ— قُلِ اللّٰهُ یَهْدِیْ لِلْحَقِّ ؕ— اَفَمَنْ یَّهْدِیْۤ اِلَی الْحَقِّ اَحَقُّ اَنْ یُّتَّبَعَ اَمَّنْ لَّا یَهِدِّیْۤ اِلَّاۤ اَنْ یُّهْدٰی ۚ— فَمَا لَكُمْ ۫— كَیْفَ تَحْكُمُوْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক কওঁক যে, তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰৰ মাজত, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা, এনেকুৱা কোনোবা আছে নেকি যিয়ে সত্যৰ পথ দেখুৱায়, আপুনি সিহঁতক জনাই দিয়ক যে, কেৱল একমাত্ৰ আল্লাহেই সত্যৰ পথ দেখুৱায়। তেন্তে কোৱাচোন, কাৰ অনুসৰণ কৰা উচিত, যিয়ে সত্যৰ পথ দেখুৱায় তাৰ, নে তোমালোকৰ সেই উপাস্যবোৰৰ যিসকলে নিজেই কোনো পথ বিচাৰি নাপায় যেতিয়ালৈকে আন কোনোৱে সিহঁতক পথ দেখুৱাই নিদিয়ে? তোমালোকৰ হৈছে কি, কেনেকৈ তোমালোকে অযথা সিদ্ধান্ত লোৱা যে, ইহঁত আল্লাহৰ অংশীদাৰ? সৰ্বশক্তিমান আল্লাহ তাআলা তোমালোকৰ এনেকুৱা অদ্ভূদ দাবীৰ পৰা বহু ঊৰ্দ্ধত।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الهادي إلى الحق هداية التوفيق هو الله وحده دون ما سواه.
সত্যৰ পথৰ হিদায়ত আৰু তাওফীক দিয়াৰ অধিকাৰ একমাত্ৰ আল্লাহৰ। তেওঁৰ বাহিৰে আন কাৰো নাই।

• الحث على تطلب الأدلة والبراهين والهدايات للوصول للعلم والحق وترك الوهم والظن.
জ্ঞান তথা সত্য পাবলৈ আৰু ভ্ৰম তথা সন্দেহৰ পৰা দূৰৈত থাকিবলৈ দলীল প্ৰমাণ তথা উচিত পথৰ সন্ধান কৰা।

• ليس في مقدور أحد أن يأتي ولو بآية مثل القرآن الكريم إلى يوم القيامة.
ক্বিয়ামত পৰ্যন্ত কোনেও কোৰআনৰ দৰে এটা আয়াত আনিবলৈও সক্ষম নহয়।

• سفه المشركين وتكذيبهم بما لم يفهموه ويتدبروه.
মুশ্বৰিকসকলৰ মুৰ্খতা, আৰু সিহঁতৰ সেই বস্তুক অস্বীকাৰ কৰা যিটোক সিহঁতে বুজাই নাই, আনকি সিহঁতে বুজাৰ চেষ্টাও কৰা নাই।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (35) ߝߐߘߊ ߘߏ߫: ߦߣߎߛߊ߫ ߝߐߘߊ
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫߸ ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߢߊߢߌߣߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫.

ߘߊߕߎ߲߯ߠߌ߲