ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (4) ߝߐߘߊ ߘߏ߫: ߝߊߙߊ߲ߝߊߛߌ ߝߐߘߊ
وَقَالَ الَّذِیْنَ كَفَرُوْۤا اِنْ هٰذَاۤ اِلَّاۤ اِفْكُ ١فْتَرٰىهُ وَاَعَانَهٗ عَلَیْهِ قَوْمٌ اٰخَرُوْنَ ۛۚ— فَقَدْ جَآءُوْ ظُلْمًا وَّزُوْرًا ۟ۚۛ
আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰীসকলে কয়ঃ “এই কোৰআনখন হৈছে মিছা, যিখনক মুহাম্মদে নিজে ৰচনা কৰি মিছাতে আল্লাহৰ লগত সম্পৃক্ত কৰিছে। ইয়াক ৰচনা কৰোঁতে আন আন লোকসকলেও সহায় কৰিছে।” নিশ্চয় এই কাফিৰসকলেই অসত্য মন্তব্য কৰিছে। কাৰণ কোৰআন হৈছে আল্লাহৰ বাণী। মানৱ আৰু জ্বিনৰ কোনোৱেই এনেকুৱা বাণী আনিবলৈ সক্ষম নহয়।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• اتصاف الإله الحق بالخلق والنفع والإماتة والإحياء، وعجز الأصنام عن كل ذلك.
প্ৰকৃত উপাস্যই হৈছে সৃষ্টিকৰ্তা, উপকাৰকাৰী, মৃত্যু প্ৰদানকাৰী, জীৱনদাতা। আনহাতে প্ৰতিমা মূৰ্তি আদি এইবোৰ কৰ্মৰ পৰা বিৱশ।

• إثبات صفتي المغفرة والرحمة لله.
ক্ষমাশীল আৰু কৃপাৱান, এই দুটাও আল্লাহৰ অন্যতম গুণ।

• الرسالة لا تستلزم انتفاء البشرية عن الرسول.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যে মানৱ, এইটো তেওঁৰ ৰাছুল হোৱাত কোনো ধৰণৰ বাধা নহয়। (অৰ্থাৎ মানৱ ৰাছুল হ'ব নোৱাৰে বুলি কোনো যুক্তি নাই)।

• تواضع النبي صلى الله عليه وسلم حيث يعيش كما يعيش الناس.
এইটো মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৰলতা যে, তেওঁ সাধাৰণ মানুহৰ দৰেই জীৱন-যাপন কৰিছিল।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (4) ߝߐߘߊ ߘߏ߫: ߝߊߙߊ߲ߝߊߛߌ ߝߐߘߊ
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫߸ ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߢߊߢߌߣߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫.

ߘߊߕߎ߲߯ߠߌ߲